মেঘে যেন ৰৃৃষ্টিধাৰে।
সেহিৰূপে শৰ বৃষ্টি।
পাছে দেবী কোপকৰি।
চিকুৰৰ শৰগণ।
পুনৰপি মাৰি বাণ।
ধনু ৰথ ঘোড়া কাটি।
দেহত অসংখ্য শৰ।
বিৰথ বিধনু হুয়া।
চণ্ডিকাক কোপকৰি।
কেশবীৰ মস্তকত।
চণ্ডিকাৰো বাম ভুজে।
দেবীৰ ভুজত লাগি।
খড়্গ ভঙ্গ হৈল দেখি |
তুলি লৈয়া দৈত্যশূল।
সূৰ্য্য হেন গগণত।
শূল খেদি আসে দেখি।
নিজ শূল শূল প্ৰতি।
শত খণ্ড দৈত্য শূল।
হিয়াত পড়িল তাৰ।
ৰণত চিকুৰাসুৰ।
|
গিৰি শৃঙ্গ ধৌত কৰে॥
কৰিলা দেবীৰ প্ৰতি।
হাতে ধনুশৰ ধৰি॥
কাটিলন্ত তেতিক্ষণ॥
লৈলা সাৰথিৰ প্ৰাণ॥
কৰিলা ধ্বজৰ ক্ষতি॥
প্ৰহাৰিল৷ চিকুৰৰ॥
খড়্গচৰ্ম্ম হাতে লৈয়া॥
ধাইলা অমৰ অৰি॥
কৈলা তীক্ষ্ণ খড়্গাঘাত।
প্ৰহাৰিল৷ অতি তেজে॥
পড়িলন্ত খড়গ ভাগি॥
কোপেৰক্ত ভৈলা আখি।
দেবীক প্ৰহাৰ কৈল॥
কৰে দীপ্তি শূল পাত॥
ভৈল৷ দুৰ্গা ৰক্তমুখী॥
প্ৰহাৰিলা ভগৱতী॥
কৰি পাছে দেবী শূল।
গৈল দৈত্য যমঘৰ॥
নিহত দেখি চামৰ॥
|