লক্ষ্মী ৰূপে সেহি কৰয় নিবাস অভাবে দেবীৰ পাৱে নানা দুঃখ গন্ধ পুষ্প ধূপ দিয়া পুজা স্তব তাক প্ৰতি দেবী আৰু ধৰ্ম্মে মতি আছে যত দ্ৰব্য দ্ৰব্য অন্বেষণে একান্ত ভকতি কৰা এক মনে খণ্ডোক আমাৰ এহিমাত্ৰ চিন্তা দুৰ্গা নাম জপ খসিব বন্ধন
মনুষ্য গৃহত সম্পদ কালত। যত নৰগণ আৰু যে মৰণ॥ আদি উপহাৰ কৰন্ত দেবীৰ | ধন পুত্ৰ দান কৰন্ত প্ৰদান॥ মাৱৰ অধীন নাই প্ৰয়োজন। দেবীৰ চৰণে সবে নৰগণে॥ সংসাৰ বন্ধন কৰা সৰ্ব্বজন। কৰা নিৰন্তৰ লভিবা নিস্তাৰ॥
⸻
অসাৰ সংসাৰ, দুৰ্গা পদ সাৰ, কৰাহা হিয়াত ধ্যান॥