দুৰ্গতি নাশিনি! কৰা কৃপা মাৱ!
দানৱ ঘাতিনি। পতিত পাবনি॥
⸻
ঝুনা।
পুনৰপি দেবী হসিত বদনে স্তবে তোমাসাৰ কৰিবন্ত সদা তাৰ যত পীড়া কৰিবোহেঁ৷ নাশ মধু কৈতভৰ বধৰ সম্বাদ যি সবে ভক্তিৰে হৈব সিসবাৰ অষ্টমী অথবা চতুৰ্দ্দলীতৰা একচিত্ত ভাবে কৰি দৃঢ়ভক্তি নোহে সিসবাৰ বিপদ দৰিদ্ৰতা
অমৰ গণক বুলিলন্ত বাক। মোক যেইজন ভক্তিত স্তবন। বিপদ নিচয় নাহিকে সংশয়। মহিষা সুৰৰ শুম্ভ নিশুম্ভৰ॥ কৰিব কাৰ্ত্তন ধন কীৰ্ত্তি মান। নৱমী তিথিত আমাৰ মাহাত্ম্য॥ যিসবে আমাত শ্ৰবণ কৰন্ত। অলপে৷ দুস্কৃত বন্ধুৰে বিযুক্ত