সমললৈ যাওক

পৃষ্ঠা:ঘুনুচা-কীৰ্ত্তন.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৪

ঘুনুচা-কীর্তভন। উৰুলি জোকাৰ ৰঙ্গে দেয় ঘনে ঘন। পৰিচা সকলে কৰে কৃষ্ণৰ কীর্তন ॥ « সন্ধা! সময়ত কৰি অনেক উৎসৱ ৷ দৌলৰ ভিতৰ গৈয়া পাইলন্ত মাধৱ ॥১৬৩ অ'সিলন্ত প্রভূ লক্ষ্মী দেখি হাস্য কৰি। খেদ ছাড়ি আগ বাঢ়ি প্রভুক সাদৰি ৷৷ নিজ থানে থৈল নিয়া অনেক আশ্বাসে ৷ মহাবঙ্গে লক্ষ্মী দেৱী কৃষ্ণক উপাসে ॥১৬৪ বাবন্ন পঞ্চাশ ভোগ দিলা ভাৱে ভাৱে ৷ পৰম কৌতুকে ভোগ দিলন্ত যাদৱে ৷৷ পৰিচাৰ পাণ্ড৷ মান গৈলা স্থানে স্থানে । দৌলত থাকিল| প্রভু অতি ৰঙ্গমনে ॥১৬৫ জগন্নাথ পুৰাণৰ ইটে! কথা সাব। নিবন্ধিলো৷ পদ অর্থ কৰিয়| বিচাৰ ৷৷ শুনা নৰ নাৰী লোক আন কাম হেলি ৷ ঘুনুচাৰ সঙ্গে যাদবাৰ যাত্রা কেলি ॥১৬৬ কৃষ্ণ বিনে গুৰু গতিদাত| নাহি আন। এক চিত্ত মনে কব! হৰি পদ ধ্যান ৷৷ হুৰি ভক্তি বিনে আয়ু যায় আলে জালে ৷ উপায় নাপায় কেতিক্ষণে ধৰে কালে ॥১৬৭