সমললৈ যাওক

পৃষ্ঠা:ঘুনুচা-কীৰ্ত্তন.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩১

ঘন্থচা-কীর্ভন।

আক তান ভাল বোলাইবেক কোন নাৰী } ভাল বোলাইবাক পাৰে ঘুনুচ| হন্দবী ॥ * নচাওঁ বাদরাৰ মুখ নাসন্তোক হবি ।

ঘুনুচাৰ বাড়ী লাগি যাওক বাহুড়ি ॥১২৩ হেন বাক্য বুলি লক্ষ্মী মৌন হয়! বৈল । শুনিয়৷ পৰিচা তাৱক্ষণে চলি গৈল ॥

কোপ মনে লক্ষ্মী বুলিলন্ত যত বাণী । ঠাকুৰৰ আগে সৱ কহিল কাহিনী ॥১২৪ অশেষ কৰিলে| মই লক্ষ্মীক প্রবোধ । তথাপি লঙ্ষ্মীৰ মনে নপলান্ত ক্রোধ ॥

দ্বাৰ ছাড়ি তথাপি নেদন্ত লক্মনী মান্রে। বোলে বাহুবিয়| যাউক ঘুনুচাৰ ঠাৱে ॥১২৫ লক্ষ্মীৰ বচন শুনি পাচে জগস্নাথ ।

লজ্জ! বৰ হয়| পাছে চপৰাইলা মাথ ॥ সৰ্ব্বজনে শুনিলে লক্ষ্মীৰ কোপ কাৰ্য্য । নাহি মাত বোল সবে এড়িলেক বাগ্য ॥১২৬ ভৈলেক মধ্যাহ্ন কাল বেলা ষোল দণ্ড । ভৈল ঘোৰ মহাবৌদ্রে মিলিল প্রচণ্ড ॥

ক্ষণে মেঘ দিয়া কৰে দেৱে ববিষণ | চাপিবাক থান নপাৰন্ত প্ৰজাগণ ॥১২৭