সমললৈ যাওক

পৃষ্ঠা:ঘুনুচা-কীৰ্ত্তন.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘুন্ুচা-কীর্ভন ২৩

ভুমিসে ঈশ্ববী আসি আছ! অৱতৰি ! “বিষ্ণুক মাশ্রয়ি আছ| মহা ৰঙ্গ কবি ॥৭৬ তোমাক সৰ্ব্বদ| বাঞ্ছ। কৰে ব্ৰহ্ম! হৰ ৷ তোমাৰেসে প্ৰসাদত জীৱ চবাচৰ ॥

নমে| লক্গনী মাৱ তুমি ভয়ে! শাস্ত মন ৷ কোপ পৰিহৰি শুন! কুষ্ণব বচন ॥৭৭ তোমাক লাগিয়। প্ৰভু মাতিয়৷ পঠাইল। কিকাবণে পদ্ম৷ মোক কোপ কৰি আইল ॥ সকল বস্তুক মই থৈয়া আইলো! ঘৰে ৷ ঘুনুচাৰ বাড়ী লাগি আইলে| একেশ্বৰে ॥৭৮ ধনে জনে দৌল দিয়! আসিলে| লক্ষ্মীক । কিকাবণে লক্ষ্মীদেৱী খেদি আসে মোক ৷৷ ঘুনুচাক বিহা কৰি আছোছে। নিশ্চয় | এক কি নাসিলে ভাল লক্ম্নীয়ে জানয় ॥৭৯ অকাৰণে এতমান কৰি আসে ক্ৰেণধ ।

ছন্ন কৰে নগৰ প্রজাত কিয় ক্রোধ ॥

মোৰ বাক্যে এতিক্ষণে ক্রোধ পৰিহৰি |. নগৰক লাগি লক্ষ্মী যাওক বাহুৰি 1৮০ কালি প্রভাততে মই যাইবো! সাৰে সাৰ ৷ যাওক উলটি লক্ষ্মী বাক্য ৰাখি মোৰ ॥