সমললৈ যাওক

পৃষ্ঠা:ঘুনুচা-কীৰ্ত্তন.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এহিমতে লক্ষ্মী মারে মনত বৈৰাগ্য ভাবে শূ পৰিচানবক আদেশিল| ৷ শুনিয়| পৰিচাগণে পৰম আনন্দমনে সদ্ৰো গৈর্না শকট, যুড়িল| ॥৪৮ লৱড়া৷ লৱড়ি কৰি সাতে পাঞ্চে হাতে ধৰি সাজিলন্ত শকট ত্বৰিত ৷ ভোজনৰ বস্তু মানে খৈল! সব থানে থানে দধি মধু গুড় পঞ্চামৃত ॥ ৰজনী প্রসন্ন ভৈল সঞ্জোক কোবাইবে লৈল পূবে ভৈল অকৰুণ উদয় ৷ পৰিচাসকলে জানি শকট যোগাইল আনি

কাছ পাৰ কৰি অতিশয় ॥৪৯

হেন দেখি লক্ষ্মী সতী কাছ পাৰ কৰি আতি শকটত চড়ি তাৱক্ষণ ।

এতিক্ষণে ৰাজবাট শকট চলোক যান্ত পৰিচাক বুলিল| বচন ॥

আছে মোৰ যত কাম এঁত নাথাকোক লোক চলি যান্ত সঙ্গতে আমাৰ ।

ঘুনুচ| নগৰ আজি সমদলে যাইবে। সাজি নগৰক কৰিবে| উজাৰ ॥৫০

১৫