সমললৈ যাওক

পৃষ্ঠা:ঘুনুচা-কীৰ্ত্তন.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২

ঘুন্ুচা-কীর্ভন। যতী ব্রতী যোগী ভিক্ষু আনে যত প্রাণী। রুষ গুণ বিনে কাৰো নাহি আন বাণী 1৩৬ পৰয উৎসৱে কবে কৃষ্ণৰ কীৰ্ত্তন | কীর্ভনৰ ধ্বনি পাইল ইন্দ্ৰৰ ভুবন ॥ কি কহিবে| যাদৱৰ যাত্ৰাৰ উৎসৱ ৷ নাহি নুপজিব হেন যাত্রা মহোৎসৱ ॥৩৭ অনন্তৰে পৰিচায়ে কৃষ্ণত জনাইলা ৷ আগ বাঢ়িবাক ঘুনুচাৰ পাণ্ডা আইলা ॥ শুনি অতি মনবঙ্গ ভৈলা দেৱ হৰি ৷ চলিল শকট খান ঠক ঠক কৰি ॥৬৮ চলি যান্ত জগন্নাথ হৰষিত মন ৷ উৎসৱে চলন্ত প্রন্ভা কৰিয়া কীৰ্ত্তন ॥ এহি মতে ৰঙ্গে ঢঙ্কে প্রভু নাৰায়ণ । ঘুনুচাৰ দৌল গৈয়া পাইল| তাৱক্ষণ ॥৩৯ যত প্রজা গৈয়| আছে কৃষ্ণৰ লগত। সবাক নিয়মি প্রভু থৈল| নগৰত ॥ পৰিচাসৱক বঙ্গে লৈয়া অনন্তৰে । পশিলন্ত জগন্নাথ দৌলৰ ভিতৰে ॥৪০ পাছে ঘুনুচাৰ পাণ্ড৷ পৰিচাসকলে । কৃষ্ণক কৰিল| পূজ| অতি কৌতুহলে ॥