এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নাটত লেখা অভিনেতাসকল।
| হৰিচৰণ | ••• | ••• | ধনী মানুহৰ লৰা, শিক্ষিত যুবক |
| হীৰালাল জগন্নাথ ধনেশ্বৰ |
••• হৰিচৰণৰ বন্ধু৷ |
| প্ৰভাকৰ | ••• | ••• | হৰিচৰণৰ পিতাকৰ বন্ধু। | |||
| দিবাকৰ | ••• | ••• | এজন ভদ্ৰলোক। | |||
| সুবল | ••• | ••• | ঐ |
| গোলাপী | ••• | হৰিচৰণৰ ঘৈণীয়েক৷ | ||
| বিমলা ওৰফে পাৰুল | ••• | এজনী বেশ্যা৷ | ||
| হৰিচৰণৰ মাক৷ |
পুলিচ্ কনিষ্টবল, জমাদাৰ, ছাপ্ ৰাচী, বেহাৰা, মেতৰ
হাকিম, উকিল, তৰণি, নৰ্ত্তকীসকল৷