পৃষ্ঠা:গুৰুচৰিত.djvu/৭৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চবিত বুলিলা দঢ়াই জানা কালিই আহিবা শীঘ্ৰে সভাক। ৩৫৭৩ ব্ৰাহ্মণসকলে | আতি ৰামনে ভুক্তি বাতি দিনে। পাচদিনা সবে | বাণ দৰবাৰে আনিলন্ত অল্পক্ষণে। সেহি হল পাই বিএ সমুদায় | আসিল ৰা সভাক। পাছে ডেকাগিৰী কৰি বাহু দেৰি গোচৰিলে মহাৰাজ॥ ৩৫৭৪ বুলি আছি। কালি শীঘ্ৰে আহা বুলি | শঙ্কৰে অৱজ্ঞা কৰি। দেৰি কৰি আহে অৱজ্ঞা কৰিছে | কথক কটাক্ষ কৰি। হেন সময়ত | ৰাজাৰ সাক্ষাত হল আহি গুৰুজন। এথিলত ৰা | কোৱা কি কাজ আহিলা কৰি গহন। ৩৫৭৫ বুলিলা শ না নৰবৰ কালি বিবা বস্তুক দিল। তাকে জি বাঢ়ি সদাচাৰ কৰি যেতে সময় গৈলা।