পৃষ্ঠা:গুৰুচৰিত.djvu/৬৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এই বুলি সতী ৰৈল। মাধৱো প্ৰণাম কৈলা | শুনা আৰৰ তাত অনন্তৰে। বোধ এষেধক দিয়া বুঢ়া সৰ্বক্ষয়ক লৈ | গঙ্গাস্নানে গৈল শঙ্কৰে। দিন দশ পথ গৈলা শুনা যেন কথা তৈল | তাহাকে কহিবে কিছো মানে। মহা মন ৰঙ্গে যাই ভক্তসবে খাই দাই | ৰৈলা সবে গৈয়া একথানে।।৩১৫৭ মা ভক্ত সমে যাই লিপি পুচি আগে ঠাই নিতে গুৰু ভোজন কৰান্ত। ব্যাক বিচায়া দেই ভালমতে আৱতাই | কিছো যেন ঘাটি পাৰত। ৰৰ হাতে গৱে তৈল দিয়া দুই পায়ে তিনিপৰ ৰাতিয়ে ঘুমাই। পচে সেইদিনা ভৈল তিনিপৰ ৰাতি গৈল শঙ্কৰে জানিয়া পাচে চাই। ৩১৫৮ wেহত আকুল হয়া দুই হাতে সাৱটিয়া ধৰিলন্ত বুকে বাধি পাই। শত লীন গৈল একণিত হয় বৈল নাৰায়ণ দেখি আছে চাই। পুহাইল ৰজনী নেবে নাৰায়ণে কৈলা ভেবে যতেক কত আছে।