পৃষ্ঠা:গুৰুচৰিত.djvu/৬৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুৰিত শৰৰ প্ৰসাদৰ গুচিল অশুভ বত | এহিমতে ৰহিম তথা। ২৯৮৯ জন যিটো ভাৰ্যা যত তেহো মৰিলত পাচে | নিচয়ে উদাস ভৈল মম। কাৰ্য্য ক্ৰিয়া কৰিল কৃতকৃত্য মানিলন্ত | ভৈলন্ত প্ৰসিদ্ধ মহাজন। তৈল শুদ্ধ শক্ত চিত্ত এক মহা মানে বিত্ত | শঙ্কৰক দিল আনিয়া। ৰ বোল চাই আত মোৰ কাৰ্য্য নাই উলটাই ঘৰে তুমি নিয়া॥২৯৯০ নিয়ে বিবাহ তুমি নিশ্চয় বুলিলো আমি | মধ্যে কিছু হৈববাহো সহায়। কষোৰে অনন্তৰে বুলিলন্ত দামোদনে | বিবাহক মোৰ ইচ্ছা নাই। - ভকতৰ সঙ্গে গাইবো গুণ মহাজে আত পৰে কোন লাভ আছে। কৰ ৰূপ জয়া মোক পুৰুৰ উদ্ধাৰ হোক | এহি বুলি প্ৰণামিলা পাৱে ২৯৯১

  • এহি ধূলি ৰৈলা যেবে শৰে বুলি ভেবে

| না মোৰ বাক্য বিবৰ। "খুমি মহা গুজ সন্ত ঈশ্বৰৰ দিনা চিত্ত কাম তুমি কৰি ক।