পৃষ্ঠা:গুৰুচৰিত.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এম এ ৰাজৰৰে শুনিলন্ত বচন সূৰ্যৰ। পঞ্চগোটা মন্ত্ৰে কৈলা তুতি বাৰম্বাৰ। দিল বই তেতিক্ষণে বৰ মন তুষ্ট। হৈবে তযু পুত্ৰ বুলিলেহে নিষ্টে নিষ্টে॥২১৪ এহি বুলি সূৰ্য গৈলা কৰি শীল গতি। ৰাধৰ ৰৈলা তথা কৰি তুতি নতি। তান ভাৰ্যা আছে তেহে মহা শুদ্ধমতী। সৰ্বদায়ে কৰে তেন্তে স্বামীত ভকতি॥২১৫ শ্ৰাৱণ মাসৰ দশ দিন যেৰে গৈল। সেহিবে ৰাজধৰে পুত্ৰক লভিল। সূৰ্য,বৰ নাম যেন প্ৰসিদ্ধ লোকত। পুৰ পাই ৰাৰে ভৈল কৃতকৃত্য॥২১৬ এহিমতে আনন্দে তথাতে যেবে আছে। ভোটে কৰিলেক তৈত ৩ন যেন পাচে। চণ্ডীৱৰে মাৰি আছা যত ভোটগণ। দেৱীদাসে মাৰিবাক চান্ত বাতি দিন ২১৭ পিতৃ পিতামহ যত কাটিলা আমাৰ। আমি সবে গৈয়া শিৰ ছেদিবো তাহাৰ। বৰিষৰ পৰা ভোট কৰিছে যান। চণ্ডীৰৰে শুনিলন্ত সিসব বচন ২১৮ তেতিক্ষণ চলি ভেবে গৈলা ৰাৰ। কহিলা ৰাজাৰ আগে কথা অন্তৰ