পৃষ্ঠা:গুৰুচৰিত.djvu/৬২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰিত চাটল ডালি ভ্ৰব্য আছে নাই বাইবে | কহিয়োক কহে আমি ২০১৭ কৰি হাতযোৰ বোলে আছে মোৰ নাৰায়ণে হেন শুনি। আৰ লগত | মাহয় সমস্ত সকলে আনা আপুনি। পুথি একখানি দিয়ে মোক জানি মাথে বান্ধি লই যাও। হে প্ৰাণনাথ | চৰণত মাগো হেনয় প্ৰসাদ পাওঁ॥২৮১৮ নিজগৃহে গই | পুথি আগে এই সবে পৰিয়ালগণ। উপবাস কৰি দণ্ডৱতে পৰি কৰিবব তাতে শৰণ। এহি বুলিয়াই আনিলন্ত চাই চাউল এক পূৰা মানে। সৰিব পাৰ | চাউল বিতোপন আগে দিল নাৰায়ণে॥২১৯ নমস্কাৰকাৰ | বুলিলা সাৰি নাৰায়ণ মহাভাগে। মহা বেমাৰে ধৰি দুয়ো পাৰে কান্দি পৰি অনুৰাগে।