সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৫৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কলোহহ সত্যবাণী যেন লাগে কৰা আমি মনে তুমি বিমৰিষি চাই। কে দেৱ একে নাম | একাত শৰণ ভান তাত পৰে ধৰ্ম্ম নাই নাই। . কৃষ্ণৰ ৰহস্য কৃত বিৰচিব পদ গীত ভাগৱত পুৰাণক চাই। কাল-পাপসাগৰত | তাৰিবাহ লোক যত দিবা নিয়া বৈকুণ্ঠত ঠাই। ২৬৬৪ মোক জ্ঞান বোধ দিল চিত্ত যেন বৰিবিলা শুন আৰৰ আত অনন্তৰে। নৈবেদ্যৰ সম্ভাৰক দিয়া পাচে তাসম্বক | ভুইলোহহা পৰম সাদৰে। চাৰিজন ভক্ত লগে কহিবো তোমাৰ আগে তাতো পাচে অষক ভুইলো। ৰজনী প্ৰভাত ভৈলা গৱ পাচে পখালিলা অন্ন ভুঞ্জাই আগবাৰে থৈলো॥ ২৬৬৫ এক খানি বস্ত্ৰ দিলো চৰণে কাকুতি কৈলো | ভো একো প্ৰকাৰে নলৈ। বুলিলে কাৰণ্য কৰি চৰণত ধৰি ধৰি ভেবে মোৰ বস্ত্ৰখানি লৈল। মোক তেবে এক খানি বস্ত্ৰ দিলা মহামানী প্ৰসাদ মানিয়া আমি লৈলো।