পৃষ্ঠা:গুৰুচৰিত.djvu/৫৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেন কথা শুনিলোহো আথে বেধে উঠি গৈলো | দেখিলেহে পুৰুষ মহন্ত। বসিলোহোহা তান কাছে মোক দেখি চাই আছে | আন ভিতি চকু নৰন্ত ২৬৫৮ কৰি মই যোৰহাত বোলো মোৰ গৃহাগত | আসি তুমি ভৈলা কি কাৰণে। দয়া যদি আছে মোক কথা তেবে কহিয়োক সুধিলোহো বিনয় বনে। অকপট কৰি কৈবো োেত তুমি ভাবি। কিবা কাৰ্যে কৈক গৈয়াছিলা। কৈলো পাচে তান আগে ভাঙিবাক কি লাগে কৃপা কৰি আমাত পুহিলা। ২৬৫৯ ইটো নগৰত যত আছে মানে লোক যত তাৰ কথা কহে শুনা তুমি। বেহেন নাম মন্ত্ৰ লৈল সমন্তে ভকত ভৈ। তাকে যত্ন কৰি আছে আমি।। প্ৰভাততে হাটে গৈলো হৃদি শুদ্ধ কৰি কৈলো ভাখিবো তোমাত কি কাৰণ। গত এসিদ্ধ কথা লোকত সুধিয়ো এক। হেৰে নহে কৰিয়ে প্ৰমাণ। ২৬৬ কালি যোল্প নাম লৈবো সংসাৰত পাৰ হৈবে। মনে হেন কৰিছে নিশ্চয়।