পৃষ্ঠা:গুৰুচৰিত.djvu/৫৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫২২ শুচৰিত যদি দিলা বোলা নাহি মন কষ্ট | হুইবো পাপ মোৰ নাশ। ভাবিয়া ইহাক এৰাইবো পাপক | বুলিয়া কৰিলে আশ ২৪০৪ মোক তিৰস্কাৰ | কৰি তুষ্ট হুয়া নেৰিবা মুখত নাম। কহে শিশুমতি | কৃষ্ণপাৱে মতি দিয়া বোলা ৰাম ৰাম ২৪০৫ প না সভাসদ কথা আত অনন্ত। মাধৱক লাগি শোক কৰন্ত শঙ্কৰ। জমাইত অধিক কৰি শোক মাধৱক। মাধৱৰ শোকে যেন পোৰে সৰ্বগাক ২৪৬ মিলিল আনল মাধৱক লাগ পাইলো। কোন দৈৱদোষে মাধৱক হৰুৱাইলো। জমাই মাধৱক একেলগে নিতে ধৰি। কাটিবেক আহোম দুৰ্জ্জনে খাণ্ড ধৰি॥২৪৭ মাধক পাইয়া মই গুণিলো মনত। মোৰ সমতুল্য সৰ্বশাস্ত্ৰত পাৰ্গত।