পৃষ্ঠা:গুৰুচৰিত.djvu/৫৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ ও এমিতে তৈতে যেবে আহত শৰদেৱ ভূঞাহাগ গ্ৰামৰ সখ্যত। অসম ৰাজ্যৰ লোক | ভৰিভক্তি ধৰিলেক অহম ৰজাৰ লোক যত। বঢ়ভূঞা লোক যত একথন ভৈলা তৈত বঢ়ভুঞা আছা সেহি থানে। অহম ৰাজাৰ তলে খাটে সবে লোক যত আনো কিছো নাহি ৰজা বিনে॥২৩৯১ শঙ্কৰৰ জমাই হৰি | অধিকাৰী হুয়া আছ। তাহান্তে খাটয় লোক মনে।। শঙ্কৰৰ আজ্ঞা মানি চাৰিয়োকাৰ্যক সাধা | শঙ্কৰক সেৱি অনুক্ষণে। মাধৱ দেৱক লাগ যেহি দিন হতে পাইলা শঙ্কৰে এৰিল। আন কৰ্ম্ম। আন নাহি ৰাত্ৰি দিনে কৃষ্ণৰ কথাত বিনে মাধৱৰ চৰি যাই মৰ্ম্ম ২৩৯২ শঙ্কৰ মাধৱ দুই | একথান ভৈলা যেবে সৰ্বলোকে আনন্দিত ভৈলা। বেলগুৰি নাম দিয়া বেগছ নিপিয়া না তাত যেন কথা ভৈলা।