পৃষ্ঠা:গুৰুচৰিত.djvu/৫২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পানী দুটি লইয়া তাৰ বাটতে পেলাই। দেখে লোকে তিনিজন অসন্তোষে যাই। ২৩৬৩ আসা আসা বুলি ৰামৰামে মাভিত। এৰা অসন্তোষ বুলি সবেয়ে মাতন্ত। বসিল সভাত গৈয়া পৰম হৰিষে। কৰয় কীৰ্ত্তন যেন অমৃত বৰিষে॥ ২৩৬৪ সভা বিসৰ্জিয়া সবে ঘৰঘৰি গৈল। শঙ্কৰদেৱত ইটো কথাক এনাইল। শঙ্কৰে বোল যিটো মাতে তাসম্বক। নাইবা তাহাৰ থানে আমি দিলে হাক। ২৩৬৫ তাৰক নমাতি যদি মাতে আমাসাক। কৰিবা কীৰ্ত্তন আমি বুলিলোহো বাক। সেহি কথা শুনি লোকে নমাতে তাহাক। কৰয় কীৰ্তন-তাৰা নপাৰে বাইক। ২৩৬৬ শৰৰ পাৱে পৰি দোষক মাগি। কতে সহিতে সমলগ্ন কৰি দিলা। প্ৰতি ভাঠিবেলা দেৱ মাধৱ যাৱত। শঙ্কৰৰ পাৰে পৰি প্ৰণাম কৰশু। ২৩৬৭ নলছিয়া লৱৰ পাৱত যত ধূলি। পুছ শৰে আসি আছ। কতোবেশি। শৰদেৱৰ আছে ৰুক্মিণী জীয়াই। আথ বেণ কৰিয়া বাৰ্তাক কহে ৰাই। ২৩৬