পৃষ্ঠা:গুৰুচৰিত.djvu/৫১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ খণ্ড হেন শৰ বিনে। | কলিৰ লোকৰ আৰ নাই নাই জানা আন বন্ধু। ২২৯৫। হেন প্ৰাণবন্ধু কৃষ্ণ দৈৱকী নন্দন দেৱ মই মুঢ়মতি জ্ঞানশূন্য। ই জন্মতে ধৰ একো সাঞ্চিাক নপাইলে | বঞ্চিসোহহ আন্তৰি পুণ্য। চক্ষু কৰ্ণ নাক মুখ জিহ্বাত বৰুণ মাদি | যত ইন্দ্ৰ আছে শৰীৰত। মিত্ৰ গুচি শত্ৰু তৈল বাটোৱাৰী হুয়া মোৰ সম্পতিক হৰিলে সমস্ত॥২২৯৬ গিয়ান ভকতি ধৰ্ম্ম কিঞ্চিত নাহিকে মোৰ পৰম দুৰ্বোধ দুনিয়। পৰম দুখত আমি তুমি কৃপাময় স্বামী | এহি দয়া কৰা দয়াময়। তবু ভকতৰ সঙ্গ জন্মে জন্মে মুগুচাৰু বচনে নোেেক ভযুনাম। তেবেসে ইবাৰ সুখে তৰিবে। ঘুষিয়া মুখে নিৰৰে বোলা ৰাম ৰাম ১৯