পৃষ্ঠা:গুৰুচৰিত.djvu/৪৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-চতি দীশ মিত্ৰ | না দিলা শুৰু আনন্দ কৰি মনত। গয়াৰ আগে ইটো ভাগৱত পঢ়িবাৰু ৰঙ্গে গৈলো। স্বপ্নে জগন্নাথে দেখা দিলা মোক নয়ন ভৰি দেখিলো। ২১৭১ মোক আজ্ঞা কৰি লন্ত গয়া শুনিয়ে বিব। বৰদোৱা গ্ৰামে যায়োক তাকে সম্বৰ। শৰ মোৰ | নাহিকে এ তৈতে পঢ়া ভাগৱত। হেন শুনি মই প্ৰভাতে পৰিলো | আজ্ঞা কৰি শিৰোগত। ২১৭২ দুই মাস পূৰ্ণ ভৈলেক পত আসিলেহে। মনে। মহাভাগ্য মোৰ মিলিল তোমাক | দেখিলো আমি নয়নে। তবু পৰশনে পাপ দূৰ লৈ আনৰ কৰে হয়। এতেক বোলয়ে | এ উপনি নয়নে নীৰ যায়। ২১৩