পৃষ্ঠা:গুৰুচৰিত.djvu/৩৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দুই উৰু তাৰ দুই উৰুক ঢাবিল। ঘাৰ পাক দিয়া তাক ভূমিত পাৰিল ১৫৯ বল দিয়া তাৰ দুই শৃঙ্গ ভাঙ্গিলত। কুম্ভস্থলে বাৰি দিয়া তাক মাৰিণত। মহিষ যি ভৈল আৱে শুনিয়োক তুমি। নিৰ্ণয় কৰিয়া তাক কহো আবে আমি॥১৫৯৭ দুন্দুভি নামে আৰে স্বৰ্গতে আছিল। বালিৰ প্ৰহাৰে ঋষ্যমুখত পৰিল। পৰম আনন্দ ৰামে মহামন তুষ্টি। দুন্দুভিৰ শৰীৰক তুলি বৃদ্ধাঙ্গুষ্টি॥১৫৯৮ পাৱত তুলিয়া নামে গুণিল আশঙ্কা। গ্ৰীৱ ৰাজাৰ পচে গুচাইলাহা শঙ্কা। না পৰমানৰ সৰ্বজয় দুয়োজন। হেন কথা শুনি আনন্দিত ভৈল মন। ১৫৯৯ দেখি কলীৰ হৰিষৰ পাৰ নাই। পৰম আনন্দে আপুনাৰ ধৰে যাই। শৰক ভোজন কৰাইতে ভৈল মন। কচ্ছপ চিতল মৎস্য কৰাইলা বন।১৬০০ পৰমানন্দ সৰ্বজয় আৰাম শৰ। মৃগ মৎধৃত ভুসি কলেৱৰ। ঘুমাইক লাগি শক দিল। সেহি ৰাৰি থাকি গুৰু স্বপ্ন দেখি ১৬১