পৃষ্ঠা:গুৰুচৰিত.djvu/৩৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় মৈত ৰিব লাগে সমকে তুলি দিল। একভিল মানো বৈকুণ্ঠৰ নাৰিল। কত যেহেন দিবাক নন। অবাক স্বৰূপে দুয়োন হিল। ১৭০ কৈত দিবে নাগয় তাহাক নানয়। সেই সময়ত বুঢ়ী চান্দেৰী বোলয়। চোতালত ধন মেলি বুঢ়ী দিয়া আছে। হাতত মানী লৈয়া তৈকে শৈল পাচে। ১০৭১ দেখো ডেকাগিৰি কল্পতৰু দিয়া নাই। হাত বাঢ়নী লৈয়া বুলিযেক যাই। ঐত লাগে ডেকাগিৰি সিটো বৰ। অল্প হাস্য কৰি তেবে মাতিলা শঙ্ক। ১৪৭২ আসিয়া থাক আই বৰ কৈলি কাম। তই হেৰ উপকাৰ আৰে কৈত পাম। বুঢ়ীৰ বচনে কল্পতৰু তাতে দিল। ৰামৰম গুৰু আদি বিস্ময় মানিলা।১৪৭৩ সৰে বোলে ইটো বুঢ়ী কথা পালি কৈত। বৈকুণ্ঠৰ লোক জানা হচ্ছে আহা ঐত। এহিমতে পটে যেবে নাট লেলিন্ত। নটুৱা শিখায়া যেবে সাঙ্গ কৰিলন্ত।১৪৭৪ যাৰ যি বাহন হাক সালিত। মুখ বন্ধ কৰি তাৰি ঢৌ নিৰ্মিল।