পৃষ্ঠা:গুৰুচৰিত.djvu/৩০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হাতে পাও পাওঁ বুলি বেগে খেদি যাত। লাগ নে'দ মৃগোট দূৰক পলান্ত ॥১৩১৮ দেখি শিশুগণৰ হৰিষ ভৈলা মন। ৰামৰম গুৰু খেদি গৈলন্ত তেখন। দেখিয়া শৰে পাচে মহা মনে। লাফ দিয়া লাত ধৰিল। তেতিক্ষণে ১৩১৯ তাক চক্রাকাৰ কৰি পাক ফুৰাইলন্ত। গিৰিসিত কৰি পাচে মৃগ পৰিলন্ত। শিoাণে লৱৰি গৈলন্ত সেহি ঠাই। শঙ্কৰে মৃগক দেখে আহত হেঢ়াই ॥১৩২০ চাপিল পাশ শিশুগণ তেতিক্ষণে। দেখি সমস্তৰে ৰষিত ভৈলা মনে। পৰ দিনা আসি হইবে পিতৃশ্রাদ্ধ। মৃগক মাৰিবে আসি কৰিবাহে বাধ ১৩২১ আপােনাৰ পটুকাক কটিৰ খাই। মৃগৰ গলত দোল দিলা ৰঙ্গে যাই। শৱৰে মৃগক ধৰি আছত মেঢ়াই। শিতগণে দেখিয়া পৰৰ প্রতি পাই॥১৩২২ ভয় ডেলে নােৱাৰয় ৰাখিবাক। শরণটুকারে নেই টানি তাক। পৰৰ হৰিৰে আলিপুখুৰীৰ পাইল। সবার আসি গহি লৈ ১০২