পৃষ্ঠা:গুৰুচৰিত.djvu/২৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰ আনন্দ অতি পৰম কৌছুকে। হাতে হাতে মৎস্যগোট ধৰি উৎকে১১ একডাল বাৰি আনি বান্ধিতে সাজি। ৰামৰাৰ কেতায়ে লৈকে কাছে জাতি। মাতি লুটি যাই তাৰ ফাল দীৰ্থ হন। আগে পাচে যাই শিশু কৰিয়া আনন্দ॥১০৯১ এহিমতে গৃহক গৈলত মহাভাগে। যোগাইলন্ত মৎস্যগোট কুসুমৰ আগে। বুঢ়ী আই কুসুমে দেখিয়া কৰে হাস। বলিল শৰে পিতৃৰ চাপি পাশ॥১১•• যেনমতে খেলা লীলা কৰিলন্ত কালে। ৰাম ৰাম গুৰু তাক কহিলা সকলে। শহুৰৰ মুখে চুমা কুমে কৰিলা। কাটি কাটি মহস্য তেতিক্ষণে টি দিল।১১১ তাৰ মাংস বুঢ়ী শঙ্কৰক ৰাছি দিল। পিতৃ পুৰা সঙ্গে ৰঙ্গে আনন্দে ভুলি। এহিতে শৰে থাকিয়া তৈতে ৰহি। আনন্দে উৎসৱে দিনস যাই বহি ১১২ সভাস কথা কহো পূৰ্বাপ। অপৰ বৃত্তান্ত কহো মৈৰাৰ মৎস্যৰ। কাম নামে বিদ্যাধৰ মৈৰা আহিত। পূৰত গতি ঋষি কি শাপিত ১১