পৃষ্ঠা:গুৰুচৰিত.djvu/২৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বালককলে বসি হেন কথা কয়। সুধা হাতে আক ফোনে ধৰিবে পায়। ৰামৰা বালকে লিলা শুনি পাচে। সুধা হাতে ধৰিক কাৰ শক্তি আছে ১১৩ ৰে বোল মোৰ বাক্য নিয়োক। মৎ ধৰৰ তুমি সবে কি দিয়া মোক। হেন শুনি আনন্দে সমন্তে বোলে ভাল। যেহি খোজা দিবো তাক ধৰা এহি কাল১০৯ হেন শুনি শৰে দিলত অলে বুৰ। বেগে ম পলাই গৈল লাগি বহুদূৰ। হ ঘৰিয়াল মৎস্য কচ্ছপ অপাৰ। লোহিত্যৰ ভোৱৰ দেখিতে চমৎকাৰ॥১৯৫ গহীন গম্ভীৰ নীৰ দেখি লাগে ভয়। শিশুসবে দেয় শঙ্কৰ নাহিকয়। পৰৰ বিষাদ মনে বসি কৰে তাণ। শৰক লাগি সবে দিয়া আছে যাপ।১৯ মুখাৰ চৌপাসে মৎস্যগোট ফুৰ ঘূৰি। শঙ্কৰে ধৰিয়া পাচে মাৰিয়া গাহৰি। দুয়োহাতে মৎস্যচোট আকাৱা কৰি। লৰ ওলাই আহে আলগাই ধৰি।১০৯৭ উঠিলা ভীৰত তেৰে মৎস্য লৈয়া আসি। সকল বালকে বেঢ়ি হতে পাৰে হাসি।