পৃষ্ঠা:গুৰুচৰিত.djvu/২৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এণতি পূৰ্বৰ আৰো বুলি অভিণ। গৃহক গৈলত চলি মাগিয়া যেলানি ১২১ মনত বোলপ্ত কিনো দেখিলো অপু। মহাশক্তিমত ইটো কুসুমৰ সুত। পুত্ৰ সমে কুসুম আপুন বৰে ৰৈলা। দ্বাদশ মাসৰ শীলা এহিমানে গৈলা॥১:২২ এয়োদশ মাসৰ শুনিয়ে যেন কথা। কছাৰী নাৰণ আৰো মিলিলে তথা। আশ্বিন মাসত জল বাঢ়ে অন্ধা অৰ্থ। ফুৰিবে পাৰি তৰে কৰে আতি বন্ধু। ১২৩ এহিমতে আছা তৈত কুম মত। নানন্ত মাৰিবে কছাৰী আসিল। একদিন গধুলিকা সেহি বাৰ্তা পাইলা। হেন নি ফুমে সবাকে জান দিলা। ১২৪ তনি ভূঞাসবে আতি মহাত্ৰাস তৈলা। uণ পুখুৰীৰ লোক হাবি মত গৈলা। হটকোট কৰে সৰে ভূঞ নি। সুখ পাৰে ওলাই গৈলা বনৰ ভিতৰ। ২ সেহি ৰা ভেন্টিলেক কছাৰী লস্কৰে। ইল সমস্ত লোক গাৱৰ কাপোৰে। কুৰ দেৱৰ আহে না তিনি গোটা। তাতে পুতি লৈ কি মাল লো ১২