পৃষ্ঠা:গুৰুচৰিত.djvu/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় খণ্ড বুঢ়ায়ে বলে ও শুনা যোৰ বাণী। মনে মনে বসি তুমি আহ কিবা জানি। ভাৰ্য্যাৰ দশক আদি কৰিবাক লাগে। সাই আছে। গৃহ গৈয়া লৌহিত্যত আসে। থাকিল বুঢ়াখাৰ বাক্য অনুমতি। সেহিবে দুইয়ে এক আসি পাই নি। শদ্ধৰ সম্ভাৰ সবে কৰি এক ঠাই। পিণ্ডগোট দিলা পচে লৌহিত্যক যাই। আণক যথোচিত কৰিলন্ত দান। জাতি সমতক মাতি কৰিলা সম্মান ৭৭৭ গুৰুক দিলন্ত মন পুৰিয়া দক্ষিণ। এহিমতে থাকিল কুসুমে সিয়ে দিন। তাত পাচে ভৈলা শুনা এক অথন্তৰ। কহো হেন কথা পঞ্চবিংশতি দিনৰ৭৭৮ আহন্ত শঙ্কৰদেৱ কুমাৰ ঘৰে। চিত। আপোনাক সদা গত ঈৰে। চৌগৃহ থানত যে নাহিকয় ৰে। লগায় আছে একো ভাত বৰ বৰ মেঢ়া। শবক নিয়া বুঢ়ীআই শুৱাই থৈলা। তাত পাচে আৰে আৰে যেন কৰা।ৈ একগোটা গৰু আমি পাই সেদিবেল। বুবাই ফুৰত কৰিয় হো ফেলা