পৃষ্ঠা:গুৰুচৰিত.djvu/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সৰ্প নচুৱাই সিটো ফুৰে দেশে দেশে। কৃটনাট অনেক কয় লাসে বেশে ৭৪২ মিছা কূটট কৰি লোক ভাণ্ডি খায়। বানিয়াৰ প্ৰসিদ্ধ তাহাৰ সম নাই। কুসুমৰ ঘৰক পাইলত অনন্তৰে। নপাইলে নেয় সিটো যাকে যেন ধৰে।৭৪৩ জগতে নয় টাটক নামত প্ৰসিদ্ধ। ঘৰে ঘৰে ফুৰে কুট কৰি বহুবিধ। কুসুমৰ টোলে বসিলা গৈয়া সিটো। হৰণ পূৰণ কৰিব পাৰে যিটো ৭৪৪ হাসি কুসুমক মাতিন্ত ভূঞা বুলি। ফেটিগোম সৰ্পক লৈল হাতে তুলি। চৌগৃহে শৰ তিয়া তথা আছে। শক ভয়ে সৰ্পে ৰহিল পাচে ৪৫ মুণ্ড' মেলি সৰ্পক চাহিলা সিটো পাচে। সুধা ফেটিগোট মাত্ৰ দেখে তাত আছে। শৰ প্ৰভাৱক কেহো নানয়। বাদিয়াৰে হে দেখি মানিলা বিষয়॥৭৪৬ কুসুমৰ লোকে তাক বেঢ়িলে আসি। নচুৱাহা সৰ্পক মাতয় সবে হাসি। লাজহুয়া আছে বলি থোস মোস হই। মনত গুণয় আতি নাক কান চুই।৪৭