পৃষ্ঠা:গুৰুচৰিত.djvu/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এ মায়াপাশে বন্দী আছ গকৈ হাঁকি দেৱাৰ নৰ ৰাচৰ। তবু পদ পত | মন মোৰ মগ নিমহোক পশিল শৰণে। কৰিয়ো ভৃত্যক মায়া ছি৷ মোৰ মোহ মায়া ভক্ত সঙ্গ হোক সৰ্বক্ষণে৭১৫ সকলে সংসাৰ ইটো তোমাৰ মায়াত যিটো ভ্ৰমে ঘোৰ সংসাৰ পথত। তাৰ হতে কৃপা কৰি উদ্ধাৰিয়ে প্ৰাণ হৰি দূৰ হৌক মোহপাশ যত। অনন্ত অচ্যুত নিত চিন্তা ভকতৰ হিত | মোৰ মনোৰ কৰা সিদ্ধি। তুমিলে দেৱৰ দেৱ, তুমি বিনে নাহি কেৱ তুমি প্ৰভু বিতাৰ বিধি॥৭১৬ গতৰ আত্মাৰাম। | পূৰা ভকতৰ কাষ দৈৱকীনন্দন সদাশিৱ। কৰো লক্ষ কোটি সেৱ তুমি মোৰ ইষ্টদেৰ | পিতা মাতা জগতৰ জীৱ। বিদ্যা আন্ধাৰে পৰি তল গৈলো এ হৰি ভৈলো মই গৰ্ব মদে নাশ। পাবে এভু কৃপা কৰা মোক ভূত্য বুলি ধৰা অয়ে এলে হইব এ দাস।৭১৭