পৃষ্ঠা:গুৰুচৰিত.djvu/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

fত ) তেৰয় দিনৰ কথা না এক চিত্তে। শৰৰ প্ৰভাৱ বান্ত নিতে নিতে। হংসতুলি সমান খাটত আহা খুজি। অম্ৰাৱতী পুৰে যেন পুৰৰ দ্বিতীয় মহা মনোঙ্গে প্ৰভু তৈতে আছা বলি। প্ৰকাশে শৰীৰ যেন কোটি পূৰ্ণ শশী। নেদেখ কেহো আৰ কৰিাছৰূপ। চিত্তে আপুনাক তেন্তে জানি: কাপ৭১ খেতী বুঢ়ী আই আছে হাতিশালে। সত্যসা আই ফুৰিছ আলে জলে। সেহি সয়ত দেখে চালেবীয়ে আসি। মাণিক বলয় যেন অন্ধকাৰ নাশি।৫৭৪ কি দেখিলে কি দেখিলো বোল খাই খাই। বিমোহিত হয়া পৰিলত মূছ হায়। অনাদি ঈশৰ যিটো গভৰ পতি। তান ৰূপ চাহিবেক কাহাৰ শতি ৭৫ পুনৰপি চাৰেী দুনাই চাহিল। আই আই বুলি গোসানীক মাখিল। সত্যসন্ধ্যা মুঢ়ীআই লৱৰি আলি। শৰক দেখি ঢ কবিয়া পৰিলা ৫৭ চান্দেৰী কৰা পাচে সুখি বুঢ়ী। সৰ বাৰে আই শৰৰ গুৰি