পৃষ্ঠা:গুলেনাৰ.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুলেনাৰ। দ্বিতীয় দৃশ্য। উল্‌ফৎ খাঁৰ ঘৰ। (উল্‌ফতে দাড়ী মোছত আতব ঘঁহি, মুৰ ফণিয়াই সাজসজ্জ। কবি থাকে) পিয়াৰ॥—( আঁৰৰ পৰা ) | চাহেব! 36- ( উলফতে অঙ্গিভঙ্গিৰে আনন্দ প্ৰকাশ কৰে ) পিয়াৰ॥― আঁৰৰ পৰ৷ ) হাঁজি, খাঁ চাহেব! উল্ফং।—কৌন? পিয়াৰ॥—( আঁৰৰ পৰ৷ ) মে'ই জি, মে’ই, দৰৱাজ৷ খো'ল। উল্‌ফ।—( দুৱাৰ মেলি পিয়াবাক দেখি ) অ| হা হা হা হা, বিবিজ্ঞান, আইয়ে—আইয়ে—আইয়ে। পিয়৷ৰাৰ প্ৰৱেশ ) পিয়াৰ৷।—ইহ হিহ হি হি হি নৱেজান! চলিয়ে, চলিয়ে, চলিয়ে। উলুফং।—( বহি ) আও' জিগাৰ! বৈঠ—বৈঠ-(হাঁহে )। পিয়াৰ॥——( উলফতক গঁত। মাৰি) আৱে গিধাৰ উদ্ধাৰ বৈঠ। (হাঁহে উল্ফং।—দুৰ ছোড় দাগাবাজী! পিয়াৰ॥—ফুৰ —ছোড় কাছাজী। উল্‌–বচ—বচ হল হল। পিয়াৰ৷–বেচ্ তেনে মোৰে৷ হল। বাৰু পিছে খানখানানে নে| কি কৰা হৈছিল? উল্‌—হেঃ হেঃ হেঃ কি কৰিছিলে৷ আৰু! তোমাক ভাবি বহি আছিলে॥ |--থোৱ৷ দেও—মোক ভাবিবা! মোলৈ কি তোমাৰ আৰু পিয়াৰ —