পৃষ্ঠা:গুলেনাৰ.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রথম অঙ্ক।. ১৭ যোধ।—পতি, প্ৰাণেশ্বৰ। মোৰ একমাত্র সাধনাৰ ধন ! এই দৰে- এই রূপেই যেন সদায় সকলে৷ সময়তে দাসীয়ে তোমাৰ চৰণ তলত ঠাই পায়। ( পট পৰে ) -0*0 চতুর্থ দৃশ্য । উপত্যকাৰ প্রান্তদেশ । আনাৰ আৰু অশ্ৰুমতি। গীত গাই ভীল কন্যাগণৰ প্ৰৱেশ। গীত। পানীয় পানীয়, দুই পানীয়। তুহু গঙ্গ৷ তুহুঁ য'ম্‌না, দুই সুন্দৰ পৱিত্ৰ পানীয়। একহিৰাহে দুনু চলিহ' গলে গলে ধৰি দুহু ৰহিহ' কোমল দেহ| কোমল প্ৰাণা, মে’ছ৷ সুন্দৰ পৱিত্ৰ পানীয়। তুহু মু ক৷ ৰাণী বেগম্, মু ৰহেছে তু ক৷ কাগম্ ? শিৰ পৰ ৰক্ষে৷ তু কে৷ হৰদম, তুহু মুক| গঙ্গ| পানীয় । আনাৰ।——ৱাহ ; মিতিনী; এনে অপূর্ব্ব গীত ক'ত শিকিল৷ ? আমি দুয়ে৷ এতিয়৷ গঙ্গ| যমুনাহে হলোগৈ ?