পৃষ্ঠা:গুলেনাৰ.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লক্ষ্মী।-- গুলেনাৰ । গীত। তুমি যে মা মোৰ মাতৃ জাতি। হলাই লাগে বৈৰী কন৷ বৈৰী মাতৃ, শ্ৰদ্ধাৰ পাত্ৰী জগদ্ধাত্রী । সেই ৰূপ সেই গৰণ, সেই মোহন কাঞ্চন বৰণ, শিৰত লগনে বুকুত থম, তুমি যে না মোৰ মাতৃ জাতি। ( পট পৰে ) -*- দ্বিতীয় দৃশ্য । মন্দিৰ । অমৰসিংহ।—তোমাৰ নাম ? লক্ষ্মী -লক্ষ্মীদাস। ( অমৰসিংহ, লক্ষ্মীদাস আৰু আনাৰ। ) অমৰসিংহ।— বাৰু, সেইবোৰ বুজিলোঁ। তুমি দেখিছে৷ ৰাজ--- তোমাৰ দেশ ক'ত? লক্ষ্মী।—উদয়পুৰ । অমৰ।—লক্ষ্মীদাস ! ক'ত ? তোমাৰ নাম পূৰ্ব্বে শুন৷ মোৰ মনত নপৰে ? লক্ষ্মী।—মাতৃভূমিৰ এটা দীনহীন সন্তান মই, অতি নগণ্য, মোৰ নাম কুমাৰ বাহাদুৰৰ কাণত নপৰাটোৱেই সম্ভৱ।