পৃষ্ঠা:গুলেনাৰ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রথম অঙ্ক। পিছে পৰে য'লকে যাব খোজা, পঠাই দিন। তোমাৰ নাৰাৰ সমাধিৰ ব্যৱস্থাও কৰি দিম। মই ৰাজপুত, তোমাৰ নাৰাক ছুব নোৱাৰোঁ; পৰ৷ হলে এতিয়াই সকলো ব্যৱস্থা কৰিলে। হেঁতেন। এতিয়াও বাৰু একে। কথা নাই, দুৱাৰ মাৰি মোৰ লগত বলা, মানুহ দুহুহ লৈ আহি সকলোবোৰ মই কবিমহি ৷ আনাব।—( যাবলৈ উঠি মা মোৰ ইকি হল মা? মুখলৈ চাই ) মা! আম্মাজান ! আজি তোমাক কি কৰি থৈ গুছি যাব খুজিছে৷ নই ? মরুভূমি পৰ্ব্বত প্ৰান্তৰতে৷ যাৰ শান্তিময় কোলাত মূৰ থৈ নিশ্চিন্ত মনে আৰাম কৰি আছিলোঁ, অনন্ত দুখ যাতনা শোক-সন্তাপৰ মাজতে৷ যাৰ পৱিত্ৰ বেহেস্তি স্নেহে এতেকাল মোক অমৰাব শান্তি উপভোগ কৰাই আছিল; এতেদিনৰ খেল ধেমালীৰ লগৰীয়াক –শত গৌৰবৰ ইৰাণকে৷, যাৰ মুখলৈ ষার চাই এতে দিন পাহৰি আছিলোঁ, আজি মোৰ সেই কলেজাৰ আম্মাজানক চিব জনমলৈ এৰি থৈ, এইদৰে মাটিত পেলাই থৈ যাবলৈ ওলাইছে।। হায়, হায় ! এয়ে মোৰ নছিবত আছিল ? leone , ! লক্ষ্মী।——বল!, বল৷ মোৰ না! ৰাতি হৈ আহিছে, পলম কৰিলে আজি আৰু মাৰাৰ একে৷ দিহা কৰিব নোৱাৰিম। কৰিছ৷ ? কৰি কৰিব| কি ? এইয়ে সংসাৰ, অকল তোমাৰেই নহয়, সকলোৰে মাক মৰে, মোৰে৷ যে মা মৰিল, মা! বলা ——পলম কৰিলে কাম নহব; শোক কৰিবলৈ বহুতো সময় পাবা। আনাৰ।—আম্ম।