পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
গুণ-মালা

ধ্বজ বজ্ৰ যৱ।
দেখন্তে উৎসৱ
অৰণ্যত পশি
প্ৰকাশন্ত বসি
ব্যাধেক আসিল
লাগিল জানিল
কৃষ্ণক দেখিল
নিৰ্ভয় বুলিল
প্ৰভু ভগৱন্ত
দেখি পৰিলন্ত
ছাৰিয়ো ঘোটক
পঠাই বৈকুণ্ঠক
বুলিলন্ত বাক
যি ভৈলা বিপাক
শুনি চলিলন্ত
শোকত কান্দন্ত
ভ্ৰমিয়া ফুৰন্ত
কৃষ্ণে দেখিলন্ত
মদ্যাপি ভ্ৰমিয়
চুমি যেন প্ৰিয়

   

চিহ্ন অভিনৱ।
আছন্ত মাধৱ॥
কৃষ্ণ মহাযশী।
যেন কোটি শশী॥
বাণ প্ৰহাৰিল।
খেদিয়া আসিল॥
পৰিয়া কান্দিল।
স্বৰ্গক চলিল॥
বসিয়া আছন্ত।
দাৰুক মহন্ত॥
সহিতে ৰথক।
চাইলা দাৰুকক॥
চলা দ্বাৰকাক।
কহিয়ো বাৰ্ত্তাক॥
দাৰুক মহন্ত।
লোতক ঝৰন্ত॥
উদ্ধৱ মহন্ত।
হাসিয়া বোলন্ত॥
শঙ্কা কৰা কিয়।
আপুনি জানিয়॥