পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শিৰৰ ৰতন
শ্ৰৱণ কীৰ্ত্তন
ইসে পন্থ সন্ত
নপাই আৰ অন্ত
পিতৃৰ বচনে
কৰাই বস্ত্ৰ ধনে
গোপিকা সহিতি
ভকতিৰ ৰীতি
নন্দ যশোদাক
গৈলা দ্বাৰকাক
প্ৰাৰ্থিলন্ত জানি
ছয় পুত্ৰ আনি
দেৱ কৃপাময়
ৰাখি ধনঞ্জয়
বীৰি নিপুণ
যত হৰি গুণ
বাম হাতে ধৰি
দ্বাৰকা নগৰী
জগত আধাৰ
সংসাৰ নিস্তাৰ

   

মন্ত্ৰৰ বচন।
কৰে অনুক্ষণ॥
কৈলা ভগৱন্ত।
সংসাৰে মহন্ত৷৷
যজ্ঞ ৰঙ্গ মনে।
তুষিলা ব্ৰাহ্মণে॥
আলাপি তহিতি।
কহিলা পীৰিতি॥
বুলি প্ৰিয়বাক।
যত যদুজাক৷৷
দৈৱকী গোসানী।
দিলা চক্ৰপাণি৷৷
আনি দিলা তয়॥
বিপ্ৰৰ তনয়৷৷
আনন্দে আপুন।
বৰ্ণাইলা অৰ্জ্জুন৷৷
নৃগক উদ্ধাৰি।
ৰঙ্গে গৈলা হৰি৷৷
দৈৱকী কুমাৰ।
হুয়া অৱতাৰ৷৷