পাতক হৰণ হৰিৰ চৰণ ঘোৰ কতিকাল এৰা আল জাল কৃষ্ণ গুণ নাম এৰি আন কাম
দুৰ্গতি তাৰণ। পশিয়ো শৰণ॥ অধৰ্ম্ম বিশাল। ভজিয়ো গোপাল॥ ধৰ্ম্ম অনুপাম॥ বোলা ৰাম ৰাম॥
⸻
ঘোষা
ত্ৰাহি ত্ৰাহি ৰাম কৰিলো প্ৰণাম॥
পদ
প্ৰদ্যুম্নক ঘৰে মাৰিবাৰ তৰে দানৱক মাৰি পাইলা নিজ নাৰী বাণৰ কাতৰে বিজৃম্ভণ শৰে
হৰিলা শম্বৰে। পেহ্লাইলা সাগৰে॥ হৃদয় বিদাৰি। আনিলা উদ্ধাৰি॥ যুজিলন্ত হৰে। মোহিত শঙ্কৰে॥