পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জাম্বৱন্ত জিনি
আনিলা আপুনি
হৰি দ্বেষী ধন্ধ
কৰিয়া প্ৰৱন্ধ
পশিল শৰণ
ছোড়াইলা বন্ধন
ৰূপে বিতোপন
দেখি ৰাজাগণ
পাৱত পৰিল
লোতক ঝৰিল
পাছে হৃষীকেশ
ভূষিয়া আশেষ
যুধিষ্ঠিৰ ৰায়
অৱনত কায়
ৰাজা শিশুপালে
সেহি যজ্ঞশালে
কুৰু পাণ্ডুবল
লগাইলা কন্দল
মহা ভয়ঙ্কৰ
পৃথিৱীৰ ভাৰ

   

স্যামন্তক মণি৷
দেৱ শিৰোমণি৷৷
ৰাজা জৰাসন্ধ৷৷ ধন্ধ (ধন্দ)
নিপাতিলা কন্ধ৷৷ = সন্দেহকাৰী
যত ৰাজাগণ৷
দেৱ নাৰায়ণ৷৷
দিলা দৰিশন৷
হৰষিত মন৷৷
প্ৰেম উপজিল৷
প্ৰণাম কৰিল৷৷
গুচাই সবে ক্লেশ৷
পঠাই দিলা দেশ৷৷
মাধৱক পাই৷
অৰ্চ্চিলা সদায়৷৷
গৰ্জিলা আস্ফালে৷
বধিলা গোপালে৷৷
খেলাই পাঞ্চল*৷ *পাঞ্চল
ভকত বৎসল৷৷ =পাশা৷
মিলাইলা সমৰ৷
হৰিলা ঈশ্বৰ৷৷