এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বুলি বচন।
ঝয় নয়ন |
সকৰুণ চিতে।
বদন সহিতে ॥
আনন্দে মুৰাৰি।
পাইল দিব্য নাৰী।
পাৰিজাত আনি।
কইল চক্রপাণি ।
পঠাই দ্বাৰকাক।
গৈলা দেৱজাক ॥
সভিলা চেতন
প্রেমে অনুক্ষণ
প্রিয়ায়ে সহিতে
জীড়িলা তহিতে
নৰকক মাৰি
যােড়শ হাজাৰি
জিনি বজ্ৰপাণি
দ্বাৰকাত আনি
দুধৰ্ম্মা সভাক।
বুলি তুতি বাক
একৈক ভাৰ্যাত
তনয় সাক্ষাত
কৃষ্ণ পুত্র নিতি
বঙ্গে দিনে ৰাতি
ঘােড়শ হাজাৰ
কৰিলা বিহাৰ
গৃহৰ সম্পদ
নয়ন তবধ।
উঠি গৈল তঙ্ক
কৃষ্ণক কলঙ্ক
দৃশ দৃণ জাত।
জগত প্রখ্যাত।
ভৰিলেক আতি।
বঞ্চে যত জ্ঞাতি।
মন্দিৰ আপাৰ।
জগত আধাৰ।
দেখিয়া নাৰদ।
ভৈলা নিশৱদ।
সত্রাজিত ৰঙ্ক। তঙ্ক = ভয়।
দিলেক নিশঙ্ক। ৰঙ্ক = মন্দ।