পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
গুণ-মালা

বস্ত্ৰ থৈয়া তীৰে
যমুনাৰ নীৰে
কৃষ্ণে কৰি লীলা
কদম্বে চৰিলা
কৰ্ম্মক উচ্ছাদ
পত্নীক প্ৰসাদ
বদতি শঙ্কৰ
আন পৰিহৰ
দিনা কতিপয়
যাইবা যমালয়
বিনা লক্ষ্মীপতি
জানিয়া সম্প্ৰতি
তেবেসে নিস্তৰি
হৃদি ৰূপ ধৰি
মাধৱৰ নাম
এৰি আন কাম

   

 কেৱল শৰীৰে।
স্নানি ধীৰে ধীৰে॥
বস্ত্ৰক হৰিলা।
হাসি বস্ত্ৰ দিলা॥
বিপ্ৰক বিষাদ৷
দিলাহা আহ্লাদ॥
শুনা সৱে নৰ।
ভজা দামোদৰ।
জীৱন নিশ্চয়॥
নাহিকে সংশয়॥
নাহি আন গতি।
কৰিয়ো ভকতি॥
পুৰুষ উদ্ধাৰি।
মুখে বোলা হৰি॥
ধৰ্ম্ম অনুপাম।
বোলা ৰাম ৰাম॥

⸻⸻