সমললৈ যাওক

পৃষ্ঠা:গীতি-মালিকা.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গীতি-মালিকা।

নিচিঙিবা নিচিঙিবা কুসুম-কলি,
নিচেই কুৱঁলা দেহি, পৰিব ঢলি।
মেলিব দিয়াহে পাহি,
তুলিব অমিয়া হাঁহি,
লুটি নিব হিয়া খনি প্ৰেমিক অলি।


২২