সমললৈ যাওক

পৃষ্ঠা:গীতি-মালিকা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গীতি-মালিকা।

দেখা পালে তাক, লাজে আগুচি ধৰে;
কবলগা কথাবোৰো নোলাই ফুটি মুখেৰে।
ধৰি হিয়া উদঙাই, চকুটিয়েহে জনাই,
কই দিয়ে সকলোকে কিনো আফুটা ভাষাৰে
আচৰিত ই ৰীতিবোৰ দেখোঁ মাথোঁ প্ৰণয়ৰে।


১২