পৃষ্ঠা:গীতাসাৰ.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮। সংখ্যা । মানাে বিচলিত নহয় (১)। যি অৱস্থাত চিত্ত যােগভ্যাসৰ ৰাই নিজ হৈ উপশনপ্রাপ্ত হয়, যি অৱস্থাত ইন্দ্ৰিয়ৰ অতীত আৰু কেশ শুদ্ধবুদ্ধি প্রান্থ নিৰতিশয় সুখ অনুভৱ কৰা যায়, যি অৱস্থাত স্থিত হলে আত্মশ্বৰূপ ভাবৰপৰা পিছলিবৰ ভয় নাই, বি অৱস্থা লাভ হলে আন সমস্তকে সামান্য যেন বােধ হয়, যি অৱস্থাত থিতাপি হলে অতি অসহনীয় দু৪ে টাব নােৱাৰে, হে পার্থ, সেই অৱস্থাৰ নামেই যােগ; সেই বােগত লেশমাত্রও দুখ নাই; এই ঘােগ মুকলি পেৰে অভ্যাস কৰা যুগুত।” {২} “সংকল্পজাত কামনাবােৰ পৰিত্যাগ কৰি আৰু মনৰ ৰণেৰে ইন্দ্রিয় বিলাকক বিষয়-ব্যাপাৰৰপৰা নিবৃত্ত কৰি, ধৈর্যশীল বুদ্ধিৰ ৰলেৰে মাং ধীৰে ধীৰে চিত্ত নিৰুব্ধ কৰি, আৰু মনক অত নিহিত কৰি, কিঞ্চিৎমাননা আন চিন্তা নকৰি যােগীয়ে বােগ সান কৰিব লাগে। খি যি বিষয়লৈ চঞ্চল চিৰ ধাউতি প্ৰৱল, যত্নৰে সৈতে সেই সেই বিষয়ৰ পৰা চিক ঘুৰাই আনি আত্মাৰ অনুগত কৰিব লাগে। প্রশাচিতীয়া যােগীয়ে বেতিয়া ৰজ আৰু তমােগুণ বুজ্জিত হৈ উঠে, তেতিয়া তেওঁ নিস্পাপ হৈ অনায়াসে ব্ৰহ্মত্ব লাভ কৰি অনুপম সুখ-শান্তি অনুৰ কৰে। হে অৰ্জ্জুন। সর্বত্র সমদশী বােগী পুৰুষে সকলে জীৱতে আত্মা আৰু আত্মাত সকলাে জীৱকে দেখা পায়।” (৩) . - -- -- - - -••• ---


(১) ৰা পাে লিবাতন্থো নতে সোপৰা মু। | ঘোগিনো যতচিত্ত মুতো বোঝ।* -তা, শাখা, ১৯ কে। (২) গঙ্গা, * অধ্যা, ২০-২ গোৰু। (৩) তা, খা, কি।