সমললৈ যাওক

পৃষ্ঠা:গীতাসাৰ.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গামাৰ নিজৰ নাৰ আগটি মাখেন চাই, আন কোনোফালে নাচাই, সমাধিস্থ হােৱাৰ বিধি। তাৰ পাচত, প্রশান্তচেতা, নির্ভয়, ব্রহ্মচর্যাশীল সংষতচিত্ত মাগতচিত্ত, মৎপৰায়ণ হৈ যােগাভ্যাসী তােক সমাধিস্থ হােৱাৰ নিয়ম। এই নিয়মে সংযতচিত্র সমাধিস্থ সাধকে মন নিৰোধ কৰি ঈশ্বৰৰ পৰূপভুত নির্বাণৰূপ পৰমশান্তি (১) লাভ কৰে। হে অর্জুন! অতি ভােঙ্গীৰ সমাধি নহয় । অনাহাৰীৰো নহয়; অতি নিয়ে যােগ দুর্বল কৰে, অনিদ্রাঙ্গো কৰে (২)। যি সমাধিস্থ লোকে নিয়মিত আহাৰ- বিহাৰ কৰে, নিয়মিত নিদ্রা-জাগৰণ কৰে, তেওঁৰ যােগ সহজে সিজি হয়। দি আচৰণৰ দ্বাৰাই যেতিয়া চিত্তলযুত হৈ আন্তৰিক বৃত্তি ক্রি, চেষ্টা, স্পৃহা সকলােতে বৈৰাগ্য লাভ হয়, আত্মা পৰমাত্মত সমাহিত হয়, আৰু পৰমাত্মা তন্ময় হােৱা যায়, তেতিয়াই যােগৰ বােগ সিদ্ধ হয়। (৩)। | যােগসূত্ৰৰ সমাধি আৰু সাধনা বহুলকৈ বর্ণাৰৰ অৰ্থে ভগৱান শ্রীকৃষ্ণই এই বুলি ক্ৰমাৎ তাৰ ব্যাখ্যা বখানিবলৈ ধৰিলে, “হে অর্জুন। যত ৰায়ুৰ গতি নাই, তাত ব্যক্তি অচঞ্চলভাৱে জ্বলে । সেই অনুৰূপে বাস্থ বিষয়েৰে সংসর্গ নথকা হেতুকে যােগীৰ অন্তৰৰ বুভিৰিক কিঞ্চিৎ (১) বি অনির্বচনীয় অবস্থা প্রাপ্ত হলে জীৱৰ বাসন৷ বিকাশৰ বীজ বিদগ্ধ হয় কৰ নাম পনির্যাপবুফানখামিক গীতার্থসন্দীপণী। (২) যোগীয়ে পাকলীৰ দুগ লেৰে আৰু এগ পানীৰে পুৰণ কৰিব। বাকী চতুর্থ বায়ুৰ পৰিধিৰ কাৰণে উকৈ ৰাখিৰ। ৰাতিৰ প্রথম জাৰু চতুর্থ প্ৰহৰ গৰদাৰাধনা, দ্বিতীয় আৰু তৃতীয় এই নিদ্রাত নিয়োজিত কৰিব লাগে। (৩) গীতা, * আখ্য, ১—১৮ লােক।