সমললৈ যাওক

পৃষ্ঠা:গীতাসাৰ.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গীতাসাৰ। মুনি যেতিয়া সৰ্বসংকল্লত্যাগী (১) শব্দাদি বিষয়ত অনাসক্ত হয় (২) তেতিয়াই তেওঁ সমাধিস্থ বা যােগাৰৰ অৰ্থে যােগ হয়।” (৩) “বিবেকবুদ্ধিৰ দ্বাৰাই জীবাত্মক সংসাৰৰপৰা উদ্ধাৰ কৰিব লাগে, আত্মাক অৱসল্প কৰিব নালাগে। কিয়নাে আত্মাই আত্মাৰ বন্ধু, আত্মাই আত্মাৰ শত্রু (৪)। অর্থাৎ, আপােনাতপৰ আপােনাৰ বন্ধু আন কোনাে হব নােৱাৰে; আপােনাৰ হিত আপুনি নিচিন্তিলে অন্য চিন্তাই সিমান গুণ দিব নােৱাৰে । আপুনি আপোনাক সাৱধানে মচললে, আপুনি আপােনাৰু শত্রুতা কৰা হয়। এতেকে, যি আত্মাই আত্ম (৫) বশীভূত কৰিছে, সেই আত্মাই আত্মাৰ পৰমবন্ধু; আৰু যি আত্মা আত্মাক বশীভুক্ত কৰিবলৈ অসমর্থ, সেই আত্মা আত্মাৰ বিম শত্রু। কিয়নো, অদম্য জীবাত্মাই ইন্দ্রিয়াদিৰ প্ৰভাৱত আত্মাক বিচলিত কৰি পমাত্মালাভৰ পথৰপৰা পিছলাই নি শক্রতৰ আচৰণ (১) সংকল্পৰপৰাই কামনাৰ উৎপত্তি। এতেকে, সংকল্প ত্যাগ কৰিলেই কামনাৰ য ও নাশ হয়। (২) শিন্স, নৈমিত্তিক, কাম, নিষিদ্ধ কোনাে বিধৰ কৰ্ম্মতে চিত্তত্তি প্রবৃত্ত নােহাৱাকে অনসি বোলা যন্ত। (খ) গীতা, অধ্যা ২৫ শ্লোক। (৪) “ৰেদানত্মানং নামবসায়েৎ। আবৈ হাত্মনাে বন্ধুৰাক্সৈ ৰিপুৰাত্মনঃ । বৰাজ্জাস্থান যেখানে ক্লিত। অনাত্মন শছোবর্ষেতাত্মৈব শবৎ। গীতা, আখ, -- শ্লোক। (৫) “জিতাত্মনঃ প্রশান্ত পরমাত্মা সমাহিত। তোষ্ণ মুখে কথা মালামালকাে।-শী, আখ, গম কি।