৮। আধ্যা । যোগী আৰু সন্ন্যাসী। বােগী কোন সন্ত্রাসী কোন্ আৰু সিবিলাকৰ ভিতৰত কাৰ কি, কাৰ কি কৰ্ম্ম, কাৰ কি লক্ষ্য ইত্যাদি বিষয়ত অৰ্জন সন্দিহাৰ হোৱাত, ভগৱান শ্রীকৃষ্ণই সেই সেই বিয়ে এই বুলি বিশদ বুজনি দিবলৈ আৰু কৰিলে, “শি কর্মফললৈ আশা নাৰাখি নিত্যনৈমিত্তিক কার্য অনুষ্ঠান কৰে, নিস্ক্রিয় আৰু নিৰখি (১) নহলে, তেওঁৰই থােগ, তেওঁষেই সলাশী। নিষ্কাম কৰ্ম্মযােগৰ দ্বাৰাই আত্মজ্ঞান লাক্ত কাৰ কৈবলমুক্তি বা মােক প্রাপ্তিয়েই দুইৰে একেটা লক্ষ্য (২)। হ পাণ্ডৱ । ভিত যাক সন্ন্যাস বােল, সেয়ে থােগ (৩) বুলি জানিব। কিনাে সন্ন্যাসৰ ৰলেৰে সংকরতাগী নহলে যােগী হােৱা অসম্ভৱ। যি মুনিয়ে যােগাৰূঢ় হবলৈ ইচ্ছা কৰে, ফৰ্ম্মই তেওঁৰ এখন সােপান ; কিয়নাে, কৰ্ম্মানুষ্ঠান হলে চিত্তশুদ্ধি নয় ; চিত্তশুদ্ধি নহুলে যােগর উপযােগী নহয় । আৰু, যােগাৰূঢ় হলেও, তেওঁত কর্মসলাস ঘটে, কিয়নাে কামনাত্যাগী সন্নাসরতি নজন্মিলে যােগাৰণ নহয় । সাধক (১) বহিষ্ঠান বেশ্য সমন্তু কার্যাৰ প্ৰতি বৈৰাগ্য। (২) নাশ্রিত কলিং কার্যাং কৰােতি । স সংস্ক্যাসী চ যোগী চ ন নিয়গি চাকি। | শীত, আধ্যা, ১ লােক। (৩) মর্যি পতঞ্জলিৰ যােগসূত্ৰৰ কাৰণত কোৱা হৈ মাগকিখিনি; , মৰৰ সন্তি নিৰােৰ মন বেঙ্গ।
পৃষ্ঠা:গীতাসাৰ.pdf/৫৯
অৱয়ব