পৃষ্ঠা:গীতাসাৰ.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯। আধ্যা।
৫৮৭
 
 

কৰে। কিন্তু, হে অৰ্জ্জুন। শ্ৰদ্ধাই সিদ্ধিৰ মূল; অশ্ৰদ্ধাৰে সৈতে অতি আহুতি দান, ব্ৰাহ্মণ সজ্জনক অন্ন-বস্ত্ৰাদি দান, আৰু কায়িক, বাচিক আদি তপস্যা আৰু আন যি কোনো কৰ্ম্মৰ অনুষ্ঠান কৰা যায়, সমস্ত অসৎ আৰু ব্যৰ্থ হয়; আৰু সেই শ্ৰদ্ধাহীন কাৰ্য্যৰ দ্বাৰাই ইহলোক আৰু পৰলোক কতো কোনো গুণ বা ফল লাভ কৰা নাযায়। (১)

———•——



 (১) গীতা, ১৭শ আধ্যা, ২৩-২৮ শ্লোক।