পৃষ্ঠা:গীতাসাৰ.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪। আধ্যা
৫৬১
 
 

অটল ভক্তিমান্ তেওঁ মোৰ আদৰৰ পাত্ৰ। আৰু, যি এই দৰে ধৰ্মবিষয়ক সুধা পান কৰি শ্ৰদ্ধাবান আৰু মৎপৰায়ণ হৈ কাৰ্য অনুষ্ঠান কৰে, সেই ভক্ত মোৰ অতিশয় প্ৰিয় বুলি ধুৰুপকৈ বুজিবাঁ।” (১)




 (১) গীতা, দ্বাদশ আধ্যা, ১৯-২৯ শ্লোক। ব্ৰহ্মৰ নিৰ্গুণ স্বৰূপ লাভেই যে সগুণ ব্ৰহ্মোপাসনাৰ গূঢ় লক্ষ্য, গীতাৰ দ্বাদশ আধ্যাত তাৰেই গুহ্যতম ব্যাখ্যা দিয়া হৈছে।