পৃষ্ঠা:গীতগোবিন্দ.pdf/১৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


________________

স্বামী হাক পেই, ননন্দী বাধই, | ফিৰি কাকো নামাতিলা । ৩১ | ৰন্ধন শালাত, আচিলেক কেহো, নুধুইলেক হাত ভৰি। ঘুমটীৰ হস্তে, গৈলা গৱৰন্তে, গৰৰ বস্ত্র নসম্বৰি ৷৷ আৰত লুকাই, আৰ জনীষাই, লৱন্তে গােপীঝাক, বেলন্ত সতিনী, হইব এহি জনী, কৃষ্ণে নামাতিবে মােক । ৩২। কত গােপিনীক, দুয়াৰ বান্ধিয়া, | স্বামীৰে ৰাখিলে ধৰি । মনত নৈৰাশে, পৰম বিবাহে, মৰিল কৃষ্ণক স্মৰি ৷৷ সুৰত অলপে, আছিলেক কেহো, | স্বামীৰ ধৰি কণ্ঠত। যাইৰাক খােজন্তে, স্বামীয়ে। নেৰন্তে, নৈৰাশ ভৈলা মনত ;} ৩৩। তোৰ অধিকাৰ, শৰীৰ আমাৰ, | অছেহে৷ তাহেৰ স্থানে ।।